২০১৮ চনত আঞ্চলিক ভাষাত প্ৰকাশিত কিছু জনপ্ৰিয় লিখনী

Read time: 1 min3 Jan 2019
২০১৮ চনত আঞ্চলিক ভাষাত প্ৰকাশিত কিছু জনপ্ৰিয় লিখনী

নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা।  ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্ৰচাৰত জনপ্ৰিয়তা অৰ্জন কৰো।  আশা কৰোঁ যে ২০১৯ চনত আমি আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। আগবঢ়াইছোঁ আঞ্চলিক ভাষা সমূহত প্ৰকাশিত আমাৰ আটাইতকৈ জনপ্ৰিয়  কিছু নিৰ্বাচিত লিখনি

অসমীয়া:  উত্তৰ পূৰ্বাঞ্চলত বহুলভাৱে ব্যৱহৃত অসমীয়া ভাষাত প্ৰকাশ কৰা আমাৰ লিখনি সমূহ পঢ়ুৱৈ সকলে অতি আগ্ৰহেৰে আদৰি লৈছে আৰু ইয়াৰ বাবে আমি অসমীয়া পঢ়ুৱৈ সকলক আন্তৰিক ধন্যবাদ জনালো। চলিত বছৰত আমি আৰু অধিক আকৰ্ষণীয় লিখনি আগবঢ়াব পাৰিম বুলি আশা কৰিছোঁ। আগবঢ়াইছোঁ অসমীয়া ভাষাত প্ৰকাশিত কিছু জনপ্ৰিয় লিখনি

১. ভাৰতবৰ্ষত দুটা সময় ক্ষেত্ৰৰ প্ৰাসংগিকতা
২. অসমত বনৰৌৰ চিকাৰ: কাৰণ, পৰিণতি আৰু প্ৰতিকাৰ
৩. ব্ৰহ্মপুত্ৰ নদীৰ প্লাৱন-ভূমিৰ ভূ-জলত থকা আৰ্চেনিক, ফ্ল`ৰাইড আৰু ইউৰেনিয়ামে শিশুৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে নেকি?
৪. বাঁহ গছৰ ফলটোৰ ভিতৰত কি আছে?
৫. ঔষধ প্ৰতিৰোধী কেন্সাৰৰ প্ৰতিকাৰৰ দিশত এখোজ

কানাড়া: ২০১৬ চনত আৰম্ভ কৰা আঞ্চলিক ভাষাত বিজ্ঞান লিখনিৰ আমাৰ প্ৰয়াস কানাড়া ভাষাৰেই আৰম্ভ হৈছিল। দক্ষিণ ভাৰতীয় ভাষাত আমাৰ এই প্ৰথম প্ৰয়াসক পঢ়ুৱৈ আৰু সংবাদ মাধ্যমে অতি আগ্ৰহেৰে আঁকোৱালি লৈছে। আগবঢ়াইছোঁ কানাড়া ভাষাৰ কিছু জনপ্ৰিয় লিখনি

১. ಭಾರತೀಯ ದ್ರಾವಿಡ ಭಾಷಾ ಕುಟುಂಬದ ವಯಸ್ಸು ೪೫೦೦ ವರ್ಷಗಳು!
২. ತಾರಾಗಣದಲ್ಲೊಂದು ವಿಶಿಷ್ಟ ದ್ರವ್ಯ ಪತ್ತೆ
৩. ಆಹಾರ ಕೋರಿಕೆಯ ಮರ್ಕಟ ಮಾರ್ಗ!
৪. ಜೀವವೈವಿಧ್ಯತೆಯ ಒಡಂಬಡಿಕೆ ವರವೇ? ಶಾಪವೇ?
৫. ক. ಭಾರತದ ಉದ್ದಗಲಕ್ಕೂ ಹರಡಿದ 'ಸೂಪರ್ ಬಗ್'ಗಳು!
     খ. 'ಸೂಪರ್ ಬಗ್'ಗಳಿಗೆ ಪ್ರತಿಜೀವಕ ಮಾತ್ರೆಗಳು ಹಬ್ಬದೂಟವೇ?
     গ. ಆಸ್ಪತ್ರೆಗಳು ಮತ್ತು ಆರೋಗ್ಯಸೇವೆಯು ಕಾಯಿಲೆಗಳನ್ನು ಸೋಲಿಸುತ್ತವೆ ಎಂಬುದು  ಮರೀಚಿಕೆಯೇ?

মাৰাঠী: পশ্চিম ভাৰতৰ লোকসমূহৰ কাৰণে আমাৰ লিখনি সমূহ উপলব্ধ কৰিবলৈ মাৰাঠী ভাষাত এক প্ৰয়াস আৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে মহাৰাষ্ট্ৰত থকা গৱেষণা প্ৰতিষ্ঠান সমূহৰ গৱেষণা কাৰ্য্যৰ বিষয়ে মাৰাঠী ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰা হয়। মাৰাঠীত প্ৰকাশিত কিছু জনপ্ৰিয় লিখনি হৈছে

১. पुण्यातील टेकड्यांचे भविष्य – माळरान की वनराई
২. भारतीय कृषि क्षेत्रावर जलवायु परिवर्तनाचा प्रभाव
৩. फवार्‍याचे गुपित
৪. पुनर्वापर करता येणाऱ्या अतिस्वनातीत वाहनांसाठी औष्णिक संकल्पन
৫. अहो आश्चर्यम् ! संगणकदेखील आता तुमच्या बोलण्यातील उपरोध ओळखू शकेल !

হিন্দী: এক বৃহৎ সংখ্যক নাগৰিকে ব্যৱহাৰ কৰা ভাষা হোৱা হেতুকে হিন্দীত বিজ্ঞান প্ৰচাৰৰ প্ৰয়াস অতি আৱশ্যকীয় আছিল। আগবঢ়াইছোঁ ২০১৮ চনত হিন্দীত প্ৰকাশিত কিছু নিৰ্বাচিত লিখনি

১. क्या हम जानते हैं कि भारत में सुपरबग बहुतायत में हैं और क्या हमे इसकी कोई परवाह है?
২. ओनीर - शुद्ध पेय जल की परेशानी का हल सी.एस.आई.आर. के पास
৩. स्पिंट्रोनिक्स: उपकरणों को ऊर्जा प्रदान करने लिए इलेक्ट्रॉन चक्रण का उपयोग
৪. एकीकृत कचरा प्रबंधन
৫. अपर्याप्त वर्षा का सम्बन्ध एरोसोल से जुड़ा है

অকল ইংৰাজী ভাষাত প্ৰকাশিত লিখনিৰে গোটেই ভাৰতত বিজ্ঞান প্ৰচাৰৰ কাৰ্য্য সম্ভৱপৰ নহয়। ভাষাৰ এই প্ৰাচীৰ ভাঙি সকলোৰে মাজত বিজ্ঞান জনপ্ৰিয় কৰণৰ আমাৰ এই প্ৰয়াসক সফল কৰাৰ বাবে পঢ়ুৱৈ আৰু অনুবাদক সকলক পুনৰবাৰ ধন্যবাদ জনালোঁ।