বায়ু প্ৰদূষণ নামৰ এক অদৃশ্য ঘাটক বৰ্তমান সময়ৰ পৃথিৱীৰ প্ৰধান স্বাস্থ্যজনীত সমস্যা সমূহৰ মাজৰ অন্যতম আৰু দুখীয়া আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ আৰু ভয়াৱহ। ভাৰতত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ কাৰনে সঠিক ব্য়ৱস্থা লবলৈ ইহতৰ কাৰণ আৰু পৰিনামৰ বিষয়ে সবিশেষ জানিব পৰাকৈ দেশৰ সকলো ৰাজ্যক সামৰি কৰা এক অধ্যয়নৰ প্ৰয়োজনীয়তা আছিল। লেন্সেট প্লেনেটাৰী হেল্থ নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৱেষক সকলে আমাৰ দেশত বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগ, মৃত্যু, আ
ছবিৰ উৎস: ‘প্ৰকল্প মানৱৰ ফেইচবুক পৃষ্ঠা
Pune/ Apr 30, 2021