এয়া ২০১৪ চনৰ কথা, অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ অৰণ্যত ডঃ চাহিল নিঝাৱানৰ নেতৃত্বত স্থানীয় ইডু মিচিমি গোষ্ঠীৰ কিছু লোকে মধ্যম আৰু ডাঙৰ আকাৰৰ স্তন্যপায়ী প্ৰাণীৰ উপস্থিতিৰ বিষয়ে জানিবলৈ কিছু কেমেৰা স্থাপন কৰিছিল। ২০ মাহৰ মূৰত তেওঁলোকে ইয়াত বন্দী হোৱা ফটোবোৰ পৰীক্ষা কৰাত কিছু আচৰিত আৰু অনাকাংক্ষিত ফটো পোৱা গ’ল। এই ফটো সমূহৰ মাজত বেলেগ বেলেগ ৰঙৰ এছিয়াৰ সোণালী মেকুৰীৰ বহু ফটো আছিল।
ছবিৰ উৎস: ‘প্ৰকল্প মানৱৰ ফেইচবুক পৃষ্ঠা
Pune/ Apr 30, 2021