যদি আপুনি নতুনকৈ আৱিস্কৃত হোৱা পিট ভাইপাৰ সাপৰ প্ৰজাতি ট্ৰাইমেৰেচুৰুচ অৰুণাচলেনচিচৰ লগত লুকাভাকু খেলিব লগা হয় তেনেহলে কোন জিকিব তাত মুঠেই সন্দেহ নাই। ইহঁতৰ গাৰ ৰঙা মুগা ৰংটো হাবিৰ লগত ইমান ধুনীয়াকৈ মিলি পৰে যে ইহঁতক চিনি উলিওৱাটো ইমান সহজ কথা নহয়। লক্ষণীয় ভাৱে অলপতে গৱেষক সকলে এটা মাত্ৰ নমুনাৰ (সাপ) সহায়ত এই নতুন প্ৰজাতিটো বৰ্ণনা কৰিছে আৰু এতিয়া ই বিশ
क्षयरोग के जीवाणु प्रसुप्त अवस्था में अपने बाह्य आवरण में होने वाले परिवर्तन के कारण प्रतिजैविक (एंटीबायोटिक्स) से बच कर लंबे समय तक जीवित रह सकते हैं।
Mumbai/